স্তৱক -অনন্ত কুমাৰ ভূঞা

©Admin
0

মনটো তোমাক দিলোঁ 
সুখবোৰ ভগাই ললোঁ
দিনটো পোহৰক গতালোঁ
নিশা নীৰৱতাৰে সজালোঁ।

✍️অনন্ত কুমাৰ ভূঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)