মনৰ মাজত হেজাৰ ভাব আহি দোলা দি যায়
জীৱনটো অসাৰ যেন লাগে
একমাত্ৰ লগৰী হৈ পৰে শুভ্ৰ কাগজ আৰু এটি কলম
নিলাবোৰে ঢাকি যাঁও কাগজৰ লজ্জা
বক্ষত দি যাঁও শব্দৰ চেঁকুৰা ।
কিন্ত কেতিয়াবা কাগজবোৰো হয় ভাগৰুৱা
কলমটিও হৈ পৰে ৰুদ্ধ
মাথো এসোপামান উদাস ভাৱনা হয় লগৰীয়া
হৈ পৰো অকলশৰীয়া ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ