২১ জুন আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
২১ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৩টা দিন বাকী থাকে।এই দিনটোৰ বিশেষ ঘটনাৱলী হ'ল-
   
১/আজিৰ দিনটোতে ১৯৪৮  চনত  ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীদেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
২/ আজিৰ দিনটোতে১৯৩২ চনত ভাৰতৰ অভিনেত্ৰী নিগাৰ চুলতানাৰ জন্ম হৈছিল 
 ৩/আজিৰ দিনটোতে ২০২০ চনত ভাৰতীয় সমাজসেৱী আৰু লেখিকা শীলা বৰঠাকুৰ ৰ মৃৃত্যু হৈছিল ।
৪/ আজিৰ দিনটোতে আৰ্ন্তজাতিক যোগ দিৱস পালন কৰা হয় ।
         
সংগ্ৰাহক - ৰিম্পী ভঁৰালী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)