ত্যাগ- চিৰঞ্জীব শ‍ইকীয়া

©Admin
0
ত্যাগতো সুখ আছে

আছে প্ৰাপ্তি,

আছে নতুন হাবিয়াস!

ত্যাগত সৃষ্টি আছে

আছে নতুনত্ব,

আছে বসন্তৰ পৃথিৱীখনৰ দৰেই আশা! 
ত্যাগে শিকাই জীৱন জীয়াবলৈ

কৰি তোলে শক্তিশালী,

ত্যাগ সুকীয়া, স্বাভিমানী

আৰু এক সত্বা !

চিৰঞ্জীব শ‍ইকীয়া
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)