তোমাৰ নামতেই-পল উৎপল গোহাঁই

@admin
0
মাজ নিশা যেতিয়া নিচাত মাতাল হৈ
লগৰীয়াৰ লগৰ পৰা আঁতৰি আহোঁ
চিগাৰেটৰ ধোঁৱাৰ ফাঁকেদি ওলাই আহে
ফৰফৰীয়াকৈ তোমাৰ নাম
সোঁৱৰাই দিয়ে তোমাৰ লগত পাৰ কৰা সময়বোৰ
অতীতৰ স্মৃতিবোৰে আগভেটা দিয়ে
মোৰ ঘৰলৈ অহা-যোৱা বাট ৷
মুখেৰে ওলাই আহে
ফুটা নুফুটাকৈ অশ্লীল শব্দবোৰ
দাঁতৰ ফাঁকেৰে
সলসলীয়াকৈ নোলায় কোনো
অৰ্থস্থ বাক্য
মুখত মাথোঁ আহে
বহুতো ভুল ধাৰণা ৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)