প্ৰথম তোমাৰ দৰ্শন -মোকছিদুল আলম

Rinku Rajowar
0
যিদিনা পালোঁ তোমাৰ দৰ্শন।
যেন মোৰ মনত হল আকৰ্ষণ।।
যেতিয়া পাও তোমাৰ দেখা।
চকু নহয় যেন বেকা।।
প্ৰথম তোমাৰ দেখা ছায়াত ।
পাৰিছিলো এক মায়াত।।
তোমাৰ চুলিৰ গোন্ধই।
চাৰিওফালে যেন বিৱপিচে সুগন্ধই।।
হাতত ঘড়ী, কাণত ফুল।
হবা নে মোৰ গোলাপ ফুল ?
তোমাৰ ওঠ দুটাই যেন ৰঙা হৈ আছে।
মিঠা পানৰ ৰসত।।
সপোনত তুমি, দিথকত তুমি।
মোৰ জীৱন টোৱে যেন তুমি ।।
হোৱা না মোৰ আপোন।
হৈ থাকিবা মোৰ দাপোন।।
যিদিনা পালোঁ তোমাৰ দৰ্শন।
যেন মোৰ মনত হল আকৰ্ষণ।।

✍️মোকছিদুল আলম।
মায়ং, মৰিগাঁও।
 ফোন:৮৭৬১৯৩৭৭৬০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)