আমাৰ বিষয়ে

An attempt to preserve the Assamese language and literature as well as to give recognition to all the writers in the world of internet (Digital Media) . Come forward and cooperate us in giving your creativity a proper place in this world.

Thanks for visiting 

Contact us

Email idaxomiyahahitiyarsaneki@gmail.com

WhatsApp - 8638826833

Website www.axomiyahahitiyarsaneki.com

ISBN 978-81-956249-1-1

registration no AS-15-0002373



অসমীয়া সাহিত্যৰ চানেকি হৈছে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম অসমীয়া দৈনিক ই-আলোচনী । অসমীয়া ভাষা সাহিত্যৰ সংৰক্ষণ কৰাৰ লগতে ন- পুৰণি সাহিত্যিক সকলক জনসংযোগ (ইন্টাৰনেট) জগতত উচিত স্বীকৃতি দিয়াৰ উদ্দেশ্যে আগত ৰাখি ২০২০ চনৰ ০১ জানুৱাৰী তাৰিখৰ পৰা প্ৰতিষ্ঠাপক সম্পাদক ৰিংকু ৰাজোৱাৰৰ সম্পাদনাত প্ৰকাশ পাইছে । আলোচনীখনৰ জন্মদাতা সকল হৈছে ৰিংকু ৰাজোৱাৰ ,ৰিন্টু কুৰ্মী আৰু দুলাল ৰবিদাস । আলোচনীখনে  অসম তথা ভাৰবৰ্ষৰ লগতে বিদেশত বসবাস কৰা অসমীয়া ন-পুৰণি লেখক-লেখিকা ও পাঠকৰ বিপুল সঁহাৰিত দুটা বছৰ ইতিমধ্যে সম্পূৰ্ন কৰিছে । আলোচনীখনত দুটা বছৰত প্ৰায় ১০০০ গৰাকীতকৈও অধিক লেখক লেখিকাৰ গল্প,উপন্যাস,প্ৰবন্ধ,কবিতাকে আদি কৰি মুঠ প্ৰায় ৬০০০ ৰো অধিক লেখা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে । 

অসমীয়া ৱিকিপিডিয়াত পঢ়ক আমাৰ বিষয়ে 



Post a Comment