তুমি বিহীন আজি জোনাক নিশা

Rinku Rajowar
0
তুমি বিহীন আজি জোনাক নিশা...
কিদৰে পাৰ কৰিম তুমি বিহীন জোনাক নিশা...
মই যে নোৱাৰোঁ তোমাৰ অবিহনে....
একেলগে খোজে খোজ দিয়াৰ প্ৰতিশ্ৰুতি যে দিছিলা তুমি. .. . 
নোৱাৰিম মই পাৰ কৰিব তুমি বিহীন জোনাকী নিশা... 
বিলীন হয় যাব বিচাৰো অমাৱস্যাৰ  নিশাৰ কোলাত....

দিব্যজ্যোতি তাঁতী 
যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)