whether it is climb or not
জগবন্ধু ফটা ছাতি
জগবন্ধু ফটা ছাতি.....
কালখণ্ডবোৰ
এক্সপ্ৰেছ ৰেলত উঠি
দৌৰিছে অহৰহ ।
দবাবোৰৰ ভিতৰৰ পৰা
সিহঁতবোৰে বাহিৰলৈ
জুমি জুমি চাইছে-
এজোপা গছৰ দৰে
মই পিছলৈ দৌৰিছো
কেৱল পিছলৈ দৌৰিছো
এৰা, মই কেৱল পিছলৈ....... !
সৌৰভ কুমাৰ বৰুৱা
উঃ লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ