ক্ৰান্তিৰ জুই

Rinku Rajowar
0
কুলি মই বাগানীয়া মই
ময়েই চাহ শ্ৰমিক ঐ
দুখ কষ্ট যাতনা শিৰত লৈ
আছো অগণন সমস্যাৰে জৰ্জৰিত হৈ

ময়েই চাহ বাগানৰ
ময়েই সোণৰ অসমৰ
ময়েই ভূমিপুত্ৰ
জানি লোৱা সকলোৱেই

উদ্যমী ন জোৱান মই
ক্ৰান্তিৰ জুই বুকুত লৈ
মুক্তিৰ প্ৰয়াস কৰিছো মই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)