শিল্পী মই

Rinku Rajowar
0
শিল্পী মই সজাম এখন

      শান্তিৰ অট্টালিকা 

যত নিতৌ বব প্ৰেমৰ নিজৰা

সকলোৱে চোৱাকৈ ৰচিম গীত     

জীৱন ৰাগৰ  সুৰ তুলি

 লিখিম কবিতা এটি  

সুখৰ ৰঙেৰে চিয়াঁহী 

নৱ প্ৰজন্মৰ উপযোগীকৈ 

 শিল্পী মই জীৱনক নৱ ৰূপ দিম     

অসমীয়া সংস্কৃতিৰ ৰং তুলিকাৰে 

সুন্দৰ ছবি আঁকিম        

ঐকৈতাৰ ৰং সানি  

অসমী আইক সজাম শিল্পী সত্বাৰে !!


কবি - দুলাল ৰবিদাস




















Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)