নটুৱাৰ বাসনা

Rinku Rajowar
0
নিৰূপিত আশা আকাংক্ষাত
বাসনাই ছবি আঁকে
ৰামধেনুৰ সাতো ৰঙেৰে--- !!
জোন বেলি তৰাৰ দৰে
ৰহস্যাবৃত........
 ভাওনা পাতে ভাৱৰীয়াই ৷
দৰ্শকে দেখে দুচকুত সৰিয়হৰ ফুল !!
দেও লগা বননিত,
কণ্ঠ ৰুদ্ধ হয় 
বিজয়ৰ গান ।

হেমন কুমাৰ চাচনী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)