বেবেৰিবাং

Rinku Rajowar
0
কেছটো নগেন ! 
নগেন, নগেনৰ  বন্ধু  বগেন ।  
বগেনে এদিন পথৰুৱা বাটেৰে কুঁহিয়াৰ এডাল চুবাই চুবাই  গৈ আছিল ।  কুঁহিয়াৰৰ ৰসবোৰ চুহি চুহি শিতাবোৰ বাটে বাটে পেলাই গৈছিল ।
কিছু সময়ৰ পিছত সেই ফালেদি নগেন যাব লগা হ'ল । বাটত কুঁহিয়াৰৰ পৰি থকা এসোপা চুবা বুটলি নগেনে মুখত ভৰাই চুহি চুহি একোবত খঙত দলিয়াই বকিবলৈ ধৰিলে- ধুৰ চাল্লা, কোন গৰহ ঔ এই ! তাৰ নাম নাজানো মই ! খাইছ খাইছ ! ৰস অকণ এৰিবতো পাৰ ? ক'ৰ গৰহ চাল্লা !
আপোনালোকেই কওক চোন- আচলতে গৰহ কোন ?
😊😊😊😊😊😊😊😊😊😊😊😊

🔰সৌৰভ কুমাৰ বৰুৱা
   উঃ লখিমপুৰ
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)