অঘৰী

Rinku Rajowar
0
পুৱতি নিশাৰ তুমি
এটি মিঠা গান হোৱানা।
শিতানৰ গাৰুটিক
ৰাতি ৰাতি নিতিয়াও তেতিয়া।
দুচকুৰ জিলিকনি
যেন একোটি মুকুতাৰ মণি।
দুটি উঠৰ হাঁহিয়ে
সোণত সুৱগা চৰাই হি।
ৰঙাকৈ দুগাল তোমাৰ ৰ'দ পাই জিলিকে
দূৰৈতে চিনো মই তোমাক।
লাহি-পাহি দেহতে দীঘল চুলী  তাৰিয়ে
কৰিতোলে মোহনীয়া তোমাক।
মন যায় ক'বলে,কাষে চাপি যাৱলে
মই ভাল পাব পাৰিম নে তোক?
আছে নেকি কোনোৱা
তোমাৰ চেনাই ধন বাষৰুৱা?
তোমাৰ কোমলীয়া কলিজাত দিবা নেকি অকণ ঠাই
ময়ো জিৰনি লম তেতিয়া চিৰ দিনৰ বাবে।

🔰কিৰণ জয় চাওদাং 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)