জীৱনৰ গতি

Rinku Rajowar
0
আজি সোনকালে উঠিয়ে
পঢ়া শুনা কৰি
ওলালো পঢ়াশালিলৈ 
সঠাৎ আহিল আহিল
এক প্ৰচণ্ড বতাহ ধুমুহা

যাওঁ বাৰু কেনেকৈ পঢ়াশালিলৈ
নগলে নহব পঢ়িবলৈ
দেউতাই নুবুজে 
এই ধুমুহাৰ কথা
ওলাই গলোঁ ধুমুহাত 

আশা আৰু আত্মবিশ্বাসৰ সৈতে
কিছু সময় পাছত 
কমি গ'ল ধুমুহা
মূৰামূৰি সময়ত 
পালো পঢ়াশালি
এয়ে জীৱনৰ গতি ৷


কবি - ভাস্কৰ কায়স্থ
অষ্টম শ্ৰেণী
ৰজ ইংগলিছ স্কুল বোকাখাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)