সৰাপাতৰ সপোন

Rinku Rajowar
0
যি কাৰণে গোটায় 
মানুহে সৰাপাত

তুমিও গোটাইছা 
সেই কাৰণেই 
মোৰ সপোনবোৰ

সৰাপাতৰো থাকে 
অন্তিম এটা সপোন

ছাই হোৱাৰ আগতে 
বঢ়াই যাব খোজে
মাটিৰ উৰ্বৰতা

নতুন গজালিৰ বাবে !

📝সঞ্জীৱ সাগৰ চৌধুৰী


                                                     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)