গতি

©Admin
0
আশা-আকাংখ্যাবোৰ
নৈ গৰা 
খহোৱাদি খহাইছো
সিহঁতবোৰ এতিয়া 
কোবাল ঢৌত বিলীন
কেৱল মাত্ৰ 
অস্তিত্বহীন প্ৰৱল গতি 
নীলিম সাগৰলৈ 
আৰু মই 
সৌ মহাশূন্যতালৈ ।

📝সৌৰভ কুমাৰ বৰুৱা
       উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)