শুভ চিন্তন (লকডাউন বিশেষ)

©Admin
0

১/ আপোনাৰ আগত যিয়েই পৰিস্থিতি নাথাকক কিয় আপুনি নিজকে সুখী ৰাখিবলৈ প্ৰয়াস কৰিব ৷


২/ আজি হবপাৰে সময়ে আপোনাক গৃহবন্দী

কৰি ৰাখিছে কিন্তু আপুনি মনটোক গৃহবন্দী নকৰিব ৷


৩/ ইমান দিনধৰি আপুনি ব্যস্ততাৰ মাজেৰে

জীৱন অতিবাহিত কৰি আছিলে এয়া আপোনাৰ বাবে ভাল সুযোগ নিচিন্ত মনে বিশ্ৰাম কৰক ৷


৪/ আপুনি নাভাবিব বহুত দীঘলীয়া সময় বন্ধ পাইছো শুই মেলিয়ে সময়খিনি অতিক্ৰম কৰিম ৷


৫/ আজি আপোনাৰ হাতত সময়ে সময় এই সময়খিনি সৎ প্ৰয়োগ কৰক ৷


৬/ আপুনি নাভাৱিব ইমানবোৰ সময়ৰ কি কৰিম এই সময় আপোনাৰ পৰিয়ালক দিয়ক ৷


৭/ আপুনি নাভাবিব এই সময় অথলে যাব এই সময় প্ৰয়োগ কৰি হয়তো কোনোবাই ইতিহাস ৰচিব , ভাৱক আপুনি কি কৰিব ?


৮/ আজি সঠিক সময় পাইছে নতুন চিন্তা কৰক যিয়ে আপোনাক সফলতাৰ শিখৰত লৈ যায় ৷


 ৯/ এই লকডাউনে আপোনাৰ জীৱন শৈলী সলাই দিব পাৰে যদি আপুনি শুই নাথাকি উচিত কৰ্মৰ চিন্তন কৰে ৷


১০ / আপুনি আজি নিজক চিন্তিবলৈ সময় পাইছে তেনেহলে শুই কিয় আছে ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)