তিনি বন্ধুৰ কৌতুক

Rinku Rajowar
0
😂😂😂😂😂😂
তিনি বন্ধুই শৰণ লৈ হাবিতলীয়া বাটেৰে ঘূৰি আহোতে  মাজবাটতে প্ৰথম বন্ধুৰ 
শৌচ কৰা লাগিল ।
১ ম বন্ধু : তেওঁ শৌচ কৰিবলৈ লগাত আন দুজনৰো  শৌচ কৰা লাগিল ।
তিনিও হাবিত সোমাল ।
১ ম বন্ধু : তেওঁ শিয়াল এটা পাৰ হৈ যোৱা দেখি, চিঞঁৰি দিলে - " এইফালে শিয়াল এটা দৌৰ মাৰিলে " ।
২ য় বন্ধুই ক'লে , " অই সত্ৰাধিকাৰে কৈছিল নহয়, অঁ কৰিলে কথা ক'ব নেপায় " !
৩ য় বন্ধু :: মই সেই কাৰণেহে কথা নোকোৱাকৈ মনে মনে আছিলো ।

😂😂😂 ইপিনে তিনিওটাই অঁ  কৰি আছিল আৰু তিনিওটাই কথা ক'লে 😂😂

📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)