ভ্ৰাম্যমাণত দৰ্শকৰ হৃদয় জিনিছে অৰুন

©Admin
0

আৱাহনৰ মঞ্চত ব্যতিক্ৰমী ৰূপত জনপ্ৰিয় অভিনেতা অৰুন বৰা।
তিনিটা গেট আপত অৰুন বৰা- দেৱেন কাই, মহেন্দ্ৰ আৰু কৰিম খান। আৱাহনৰ ৰংগমঞ্চত অভিজিত ভট্টাচাৰ্যৰ তিনিওখন নাটকতে সুন্দৰ অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।অভিনেতা জনে। তাৰ ভিতৰত  সন্ধ্যাতৰা নাটক খনত দেৱেন চৰিত্ৰ ,মুলাগাভৰু নাটক খনত কৰিম খানৰ চৰিত্ৰ আৰু মেমচাহাৱ নাটকখনত মহেন্দ্ৰ নামৰ এটা চুলাই বেপাৰীৰ চৰিত্ৰত    *এই চুলাই বেপাৰী মহেন্দ্ৰ ই কাকো কেয়াৰ নকৰে মেমচাহাৱ ন বডি কেয়াৰ*  মেমচাহাৱ নাটক খনত অৰুন বৰাই নিক্ষেপন কৰা সংলাপেও দৰ্শকক আপ্লুত কৰিছে। জনপ্ৰিয় অভিনেতা অৰুন বৰা আগন্তুক নাট্যবর্ষত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ইতিহাস থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছে।
 তেখেতে অভিনয় জগত খনত এটা নক্ষত্ৰৰ দৰেই জিলিকি থাকক তাকেই কামনা কৰিছোঁ।

   

📝কুলদ্বীপ কাশ্যপ (নলৱাৰী)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)