কাম্বাং (খণ্ড-৩)

©Admin
0

যোৱা সংখ্যাৰ পিছৰ পৰা--
কাম্বাং বা কাম্বুং আৰু পাজাৰ দুইবিধ কাপোৰ আছে | ডাঙৰখনক কোৱা হয় কাম্বাং আৰু সৰুখনক কোৱা হয় পাজাৰ  | কাম্বাং আঢ়ৈ হাত দীঘল আৰু এক হাত বহল জোখত বৈ উলিয়ায় | ইয়াত সুন্দৰ সুন্দৰ ডিজাইন আৰু বিবিধ ধৰণৰ ফুল তোলে | কাম্বাঙত তোলা এবিধ উল্লেখযোগ্য ফুল হৈছে ডায়মন ফুল | ৰাভাসকলৰ অপূৰ্ব বস্ত্ৰ শিল্পৰ ভিতৰত কাম্বাংখন অন্যতম | আগতেই উল্লেখ কৰা হৈছে কাম্বাঙচকৈ সৰুখনেই হৈছে পাজাৰ | সভা-সমিতি , উছব -পাৰ্বনত মান্যজনক পাজাৰেৰে শ্ৰদ্ধা জনোৱা হয় |  ( সমাপ্ত )

     📝 হেমেন হাজৰিকা(মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)