মহানায়ক - এটা অৱাস্তৱিক ধাৰাবাহিক ,খণ্ড-০৬

©Admin
0

টাইম পাছ কোঠাৰপৰা ওলাই আহি টিভিৰ সন্মুখত বহিল ৰিমৰ্ট তুলি লৈ নিউজ চেনেল লগাোৱা লগেলগে বাজি উঠিল হৃদয় কম্পমান কৰি তোলা দৃশ্য " এইয়া আপুনি দেখিছে আপোনাৰ টিভি স্ক্ৰীনত এক ভয়াবহ দৃশ্য চাৰিওপিনে আজি মৃত্যুৰ নগ্ন তাণ্ডৱ সম্পূৰ্ণ বিশ্বতে একেটা

মাথো দৃশ্য কৰ'না ভাইৰাছত আক্ৰান্ত লাখ লাখ মানুহ এই ভাইৰাছৰ অন্ত কৰিবলৈ এতিয়ালৈকে কোনো ঔষধ নাইনাই কোন চিকিৎসা কি হব এই পৃথিৱীৰ কোনে কৰিব ৰক্ষা

এতিয়া মাথোঁ সৌ নেদেখা জনৰ ওপৰতে আশা ভৰশা আৰু আমাৰ বৈজ্ঞানিক সকলৰ হাতত মানৱ জগতৰ অস্তিত্ব … টাইমপাছে টিভি বন্ধ কৰি দি লৰালৰিকৈ নিজৰ কোঠাত সোমাই ককাক আহ্বান কৰিলে " ককা ক'ত আছে সহায় কৰক " ককা লগেলগে প্ৰকট হ'ল " ক মোক কিয় শুৱাৰপৰা জগাই দিলা " টাইমপাছে ক'লে " পৃথিৱীৰ মানুহ মৃত্যুমুখী আৰু আপুনি শুৱাৰ কথা কৈছে এতিয়া মোক কওক কৰ'না ভাইৰাছৰ অন্ত কেনেকৈ হব ? " 

ককাই ক'লে কৰ'না ভাইৰাছৰ আৰম্ভণিয়ে হৈছে  অন্ত এইবুলি কৈ ককা অদৃশ্য হৈ গ'ল ৷টাইমপাছে ভাৱিবলৈ ধৰিলে " আৰম্ভণিয়ে হৈছে অন্ত কেনেকৈ হব পাৰে বহুত সময় ভাৱিলেও যদিও সাঁথৰটোৰ

অৰ্থৰ উত্তৰ বিচাৰি নাপালে নিজকে আমনি অনুভৱ কৰি বিচনাত দীঘল দি পৰিল কিছু সময় নিৰৱে থাকি সঠাৎ জঁপিয়াই উঠিল তাৰ কিবা এটা মনত পৰিল নিজকে কবলৈ ধৰিলে " যোৱাটো মংগলবাৰে বাতৰিত আমেৰিকাৰ প্ৰসিদ্ধ বৈজ্ঞানিক ডাক্তৰ চাৰ্লছে চাইনা চৰকাৰৰ পৰা প্ৰতি মাহে পঞ্চাশ হাজাৰ ডলাৰ লৈ ডাক্তৰ ৱুহান  মেডিকেল য়ুনিভাৰ্চিটিত থাকি এটা অনুজীৱ আবিষ্কাৰ কৰিছিল আৰু এই কাম চাইনাই বিশ্বত ৰাজত্ব কৰাৰ মনোবৃত্তিৰে ডাক্তৰ চাৰ্লছক সকলো সা সুবিধা প্ৰদান কৰি এনে এটা ভাইৰাছ সৃষ্টি কৰিবলৈ আদেশ দিছিল…… টাইমপাছ কিছু সময় মৌন হৈ উৎসাহী হৈ কৈ উঠিল অ তাৰমানে ৱুহানত আৱিষ্কাৰ হোৱা কৰ'না ভাইৰাছৰ অন্তৰ ৰহস্য ৱুহান চহৰতে নিশ্চয় পোৱা যাব

(অহা শনিবাৰলৈ অপেক্ষা কৰক)


  📝ভাস্কৰ কায়স্থ                                          সহযোগ - দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)