মােৰ চিনাকি বাট

©Admin
0
চিনাকি চিনাকি বাটৰ
চিনাকি চিনাকি মানুহবােৰ
আত্মীয়ৰ দৰেই ।

ভাই ভাই লগা সম্বন্ধবােৰ
ভাই ভায়েই হয় 
তাতে কােনাে সন্দেহ নাই ।

চিনাকি বাটত আকৌ ওলামগৈ
তােমালােকৰ সেই নিভাঁজ মৰমবােৰ 
কেচাঁ হৈয়েই আছে এতিয়াও ।

মােৰ কবিতাটাে উছৰ্গা কৰিলাে
সেই গাওঁবােৰলৈ 
য'ত আছিল নিভাঁজ ভালপোৱা 
ভাই ভাই সকল ।

তোমালােকে পাহৰিলেও
মই নাপাহৰিম
সেই অতীত বােৰলৈ 
আৰু চিনাকি বাটবােৰলৈ ।।

📝মীনা পামে গাম


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)