আপোনাৰ আজিৰ দিনটো ০৯ এপ্ৰিল ২০২০

Rinku Rajowar
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২৬ চ'ত ,বৃহস্পতিবাৰ,ইং ৯ এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/৭/৪০সূৰ্য্যাস্ত ঘ:৫/৪১/৫৩

ৰাশি - তুলা ৰাশি।
তিথি - শুক্লা দ্বিতীয়া।ৰা:ঘ: ১২/৩৮/৪২ লৈ।
নক্ষত্ৰ  -।স্বাতী, ৰা:ঘ:১২/১৫/৫৭ লৈ।
আদ্যঋতু হলে - বেশ্যা যোগ।
যাত্ৰা - উত্তৰ দিশত  নাই ।ৰা: ঘ: ১২/৩৮/৪২ যোৱাত অগ্নি কোনত নাই।
যোগিনী -  উত্তৰ দিশত  ।ৰা: ঘ: ১২/৩৮/৪২ যোৱাত অগ্নি কোনত ।
মৰণত দোষ - এপদ, ৰা:ঘ: -১২/১৫/৫৭ যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য - তিতা খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সঞ্চয় বৃদ্ধি হব, আত্মীয়ৰ আগমন হব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, লগতে বিবাদ নিস্পত্তি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, জ্ঞান লাভ হব, যদিও সামান্য গৃহ অশান্তি হোৱাৰ যোগ দেখা যায় ।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ সুখ বাঢ়িব যদিও কৰ্মত সামান্য জতিলতাৰ বৃদ্ধিৰ লগতে বিৰোধ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ পৰিবৰ্তন হব পাৰে, প্ৰেমত শুভ, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বন্ধুৰ সহায় লাভ কৰিব, লগতে সমস্যা সমাধান হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেমত শুভ, সন্তানৰ সুখ বাঢ়িব, লগতে বন্ধু লাভ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, লগতে যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, লগতে কৰ্মত যশস্যা বৃদ্ধিৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সফল হব, প্ৰিয়জনৰ আগমন হব, যদিও সজাগ নহলে বিবাদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অনৰ প্ৰিয় প্ৰাত্ৰ হব, কৰ্মত সফল।হব, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)