দৈনিক ৰাশি ফল

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                           
  ১০ বহাগ ,বৃহস্পতিবাৰ,ইং ২৩এপ্ৰিল ২০২০। 
  সূৰ্য্যোদয় ঘ:৪/৫৯/৩৭সূৰ্য্যাস্ত ঘ:৫/৪৩/৫

ৰাশি -    মেষ ৰাশি।
তিথি - অমাৱস্যা,। আ:ঘ:৭/৭/৩৫ লৈ।
নক্ষত্ৰ  - অশ্চিনী , আ:ঘ: ৫/৩৮/১৯ লৈ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা - ঈশান কোনত নাই । ,ঘ:৭/৭/৫ যোৱাত পূৱ দিশত  নাই।
যোগিনী - ঈশান কোনত  । ,ঘ:৭/৭/৫ যোৱাত পূৱ দিশত  ।
মৰণত দোষ -  নাই।
ভক্ষাভক্ষ্য -  মাছ মাংস, কোমোৰা খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সম্পদ বৃদ্ধি হব, আমোদ প্ৰমোদ বৃদ্ধি হব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, গৃহ আনন্দ বাঢ়িব, লগতে সামান্য মনত চিন্তা বৃদ্ধিৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব, লগতে মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, শত্ৰু নাশ হব, লগতে সন্মান বৃদ্ধিৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত নতুন আচনি গ্ৰহণ কৰিব পাৰিব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী শুভ,  মনৰ অস্থিৰতা বাঢ়িব,যদিও প্ৰাপ্তিৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ  দিনটোত বন্ধু লাভ হব, যদিও মনত সামান্য চিন্তা বাঢ়িব,লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, প্ৰেম আৰু কৰ্মত শুভ, যদিও সামান্য মানসিক উদ্বেগ বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সজাগ নহলে সামান্য দেহ মনত কষ্ট পোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ কৰিব, অৰ্থ লাভ হব, যদিও সামান্য মানসিক উদ্বেগ বৃদ্ধিৰ যোগ দেখা যায়। 
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেম আৰু কৰ্মত শুভ, যদিও স্থান পৰিবৰ্তন হব পাৰে লগতে বিবাদৰ পৰা আতৰি থাকিব।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও সজাগ নহলে বুদ্ধি নাশ হব পাৰে লগতে মনত সামান্য অশান্তি হোৱাৰ  যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         .জ্যোতিষী 

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
যোগাযোগ -9101096481


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)