প্ৰেম আৰু উঁই

Rinku Rajowar
0
সেমেকা মন কাগজত জোনটো আঁকিব খুজোতেই থমকি ৰ'লো।
সকলো মিছা
এতিয়া মাথোঁ মই মাজ সাগৰৰ জাঁজী।
মিছা কথাৰ বাণ মাৰি 
হৃদয়খন চুৰ হ' ল, ৰৈ গ'ল মাথোঁ এবুকু যন্ত্ৰণা।
অনুভূতিৰ জানো কোনো মূল্য নাই,,
হৃদয় খনহে মাথোঁ বিষাই - - - - !!!!
শূন্য আজি দুহাত , উকা হৃদয় 
অশান্ত মনে চাই ৰয় হেঁপাহ পলুৱাই ছবিখন।
বাৰে বাৰে প্ৰশ্ন কৰে ছবিখনক 
মিছা অভিনয় কেনেকৈ কৰিব পাৰা - - - ? ?
হৃদয় কি বুজি হয়তো নোপোৱা - - - 
কুটি কুটি খাবলৈ সুবিধা দিয়াৰ বাবেহে সোমাব পাৰিছিল উঁই পোক 
আৰম্ভণিতেই শেষ কৰিব লাগিছিল 
সিহঁতৰ পোৱালিবিলাকক।।।

📝 ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)