কেৰোণ

©Admin
0
মই কি কাৰণে
আৰু কাকলৈ ?
অভিমানটো
অভিনয় কৰোঁ ?
মই কাক আঁকোৱালি
কাক পাহৰিলোঁ ?
মই কাৰ পৰশত
নিজক হেৰুৱালোঁ ?
মই কাকলৈ নিতৌ
সপোন ৰচিছোঁ ?
মই কাৰ বাবে
কি কৰিব পাৰিছোঁ ?
মোৰ মনত অলেখ প্ৰশ্ন
পিছে ইয়াৰ উত্তৰ মাথোঁ এক বৃহৎ শূণ্য।
অধম

📝 কিৰণ জয় চাওদাং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)