আজি দিনটোৰ বিশেষত্ব ১৮ মে'

©Admin
0
■ ১৮৭২ নোবেল বঁটা বিজয়ী গণিতজ্ঞ বাৰ্ট্ৰাণ্ড ৰাছেলৰ জন্ম।

■১৯৩৩ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ জন্ম।

■১৯৭৪ পোখৰাণত ভাৰতৰ প্ৰথম ভূগৰ্ভস্থ নিউক্লীয় বিস্ফোৰণ।

■২০০১ অসমৰ মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ কাৰ্যভাৰ গ্ৰহণ।

■২০০১ ছাদ্দাম হুছেইন পুনৰ ইৰাকৰ ৰাষ্ট্ৰপতি।

■২০০৪ নাট্য সম্ৰাট অভিনেতা গিৰিশ চৌধুৰীৰ মৃত্যু।

■২০০৯ এল টি টি ইৰ প্ৰধান প্ৰভাকৰণ নিহত।

■২০১৩ অসম সন্তান তৰুণ শ‍ইকীয়াৰ সুউচ্চ এভাৰেষ্ট শৃংগ আৰোহণ।

■ ২০১৭ বিশিষ্ট অভিনেত্ৰী ৰীমা লাগুৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

■২০১৭ মহিলা হিচাপে অসমৰ জীয়ৰী আৰু অৰুণাচল প্ৰদেশৰ বোৱাৰী আনছ জামছেই পাই পঞ্চম বাৰলৈ এভাৰেষ্ট জয় কৰি বিশ্ব অভিলেখ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)