Home বিশাল নায়ক অপেক্ষা অপেক্ষা personRinku Rajowar May 20, 2020 0 share আশাবোৰ অকলশৰীয়া হৈ জীয়াই আছেদুখৰ আলি-বাটততোমাৰ অপেক্ষাত।দিন-ৰাতি বাগৰি যায়তথাপিও তোমাৰ বাতৰি নাই, মিছা প্ৰতিশ্ৰুতিবোৰেমোৰ কলিজাক জ্বলাই জ্বলাই খাইতথাপিও মই সতী জয়মতীৰ দৰেসহ্য কৰি অাছো গোপনে,কেৱল সঁচা ভালপোৱাৰ বাবেমাথোঁ তোমাৰ বাবে। 📝বিশাল নায়ক Tags কবিতাবিশাল নায়ক Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ