আজি দিনটোৰ বিশেষত্ব ১৯ মে'

Rinku Rajowar
0
■আজি তুৰ্কীৰ ক্ৰীড়া দিৱস।

■আজি বিশ্ব হেপাটাইটিছ দিৱস।

■১৯১০ মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ জন্ম।

■১৯১৩ ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্ম।

■১৯৩৪ সাহিত্যিক ৰাস্কিন বণ্ডৰ জন্ম।

■১৯৯৫ কংগ্ৰেছ আই দলৰ বিভাজন।

■১৯৩৮ নাটকৰ, চলচ্চিত্ৰ নিৰ্মাতা গিৰীশ কাৰনাডৰ জন্ম।

■২০০৬ দ্বিতীয় বাৰৰ বাবে তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ

■২০০৮ বিখ্যাত নাট্যকাৰ বিজয় টেণ্ডুলকাৰৰ মৃত্যু।

■২০১৩ আগৰতলাৰ দৈনিক গণদূতৰ কাৰ্যালয়ত ৩ সংবাদ কৰ্মীক গুলিয়াই হত্যা।

■২০১৬ আসম বিধানসভাৰ নিৰ্বাচনত শাসক কংগ্ৰেছ দল পৰাজিত।

■ ২০১৬ অসমত বি জে পি নেতৃত্বাধীন এন ডি এ,পশ্চিম বংগত তৃণমূল কংগ্ৰেছ, কেৰেলাত বাওঁ মৰ্চা,তামিলনাডুত এ আই ডি এম কে আৰু পড়ুচেৰীত কংগ্ৰেছ দলৰ চৰকাৰ গঠন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)