■আজি মালয়েছিয়াত শিক্ষক দিৱস।
■আজি দক্ষিণ চুডানৰ ৰাষ্ট্ৰীয় দিৱস।
■১৯১৪ মাদ্ৰাজত প্ৰথম ৰেডিঅ' ক্লাব গঠিত।
■১৯২৯ প্ৰথম অস্কাৰ বঁটা সমাৰোহ হলিউডত অনুষ্ঠিত।
■১৯৪৬ বৃটিছ চৰকাৰৰ দ্বাৰা ভাৰতৰ কাৰণে এক যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ আঁচনি ঘোষণা।
■১৯৭৫ ভাৰতৰ২২তম ৰাজ্য হিচাপে চিকিমক মৰ্যাদা।
■১৯৭৫ জাপানৰ জানকো টাবেই প্ৰথম মহিলা ৰূপে এভাৰেষ্ট বিজয়।
■১৯৯৭ ভাৰতত ৬-১৪ বছৰৰ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত।
■১৯৯৯ কুৱেইটত মহিলাৰ প্ৰথম ভোটাধিকাৰ
■২০০৫ বি বি টেণ্ডনক ভাৰতৰ চতুৰ্দশ মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে নিযুক্তি প্ৰদান।
■২০১৩ অভিনেতা সঞ্জয় দত্তক জেললৈ প্ৰেৰণ।
■ ২০১৪ ষষ্ঠদশ লোকসভা গঠনৰ বাবে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা। বি জে পি দলৰ সংখ্যাগৰিষ্ঠতা লাভ আৰু চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ