আজিৰ দিনটোৰ বিশেষত্ব ১৬ মে'

©Admin
0
■আজি মালয়েছিয়াত শিক্ষক দিৱস।

■আজি দক্ষিণ চুডানৰ  ৰাষ্ট্ৰীয় দিৱস।

■১৯১৪ মাদ্ৰাজত প্ৰথম ৰেডিঅ' ক্লাব গঠিত।

■১৯২৯ প্ৰথম অস্কাৰ বঁটা সমাৰোহ হলিউডত  অনুষ্ঠিত।

■১৯৪৬ বৃটিছ চৰকাৰৰ দ্বাৰা ভাৰতৰ কাৰণে এক যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ আঁচনি ঘোষণা।

■১৯৭৫ ভাৰতৰ২২তম ৰাজ্য হিচাপে চিকিমক মৰ্যাদা।

■১৯৭৫ জাপানৰ জানকো টাবেই প্ৰথম মহিলা ৰূপে এভাৰেষ্ট বিজয়।

■১৯৯৭ ভাৰতত ৬-১৪ বছৰৰ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত।

■১৯৯৯ কুৱেইটত মহিলাৰ প্ৰথম ভোটাধিকাৰ

■২০০৫ বি বি টেণ্ডনক ভাৰতৰ চতুৰ্দশ মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে নিযুক্তি প্ৰদান।

■২০১৩ অভিনেতা সঞ্জয় দত্তক জেললৈ প্ৰেৰণ।

■ ২০১৪ ষষ্ঠদশ লোকসভা গঠনৰ বাবে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা। বি জে পি দলৰ সংখ্যাগৰিষ্ঠতা লাভ আৰু চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)