গহৰা-গজা পুলি

Rinku Rajowar
0
প্ৰেম নামৰ লাও এজোপা ৰুলো
নাই ফল নধৰেই নধৰে ।
গুৰি ফালি চাৰি ফাল কৰিলো
তথাপি কোনো তফাৎ নাই,
ফলে  ধৰা নাই ।

পিছফালৰ হেন্দালীত চকু ফুৰালো
গহৰা-গজা পুলিটিত আজি
লমালমে ফল ।

কষ্টৰ ফল মিঠা বুলি প্ৰেমৰ
পুলি ৰুলো,
গহৰা-গজা পুলিকে দেখি
ফলৰ আশাও ত‍্যাগ দিলো ।

📝নবীন চন্দ্ৰ কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)