উৰিবৰ হ'ল

©Admin
0
চৰাইবোৰৰ পাখি গজিল
উৰিব পৰা হ'ল
মাক বাপেকক নোসোধাকৈ
গছৰ পৰা নামি গ'ল ৷

মাকে অনা খাদ্য খাই
দেহা টনকিয়াল হ'ল
লাহে লাহে পোৱালিবোৰ
দূৰলৈ গুচি গ'ল ৷

গছৰ পকা ফল আনি
মাক দেউতাকক দিলে
চেনেহতে মাক বাপেকে
মুখ মেলি মেলি খালে ৷

📝মহেন শইকীয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)