আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১১ জেঠ ,সোমবাৰ,ইং ২৫ মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪১/৫৪সূৰ্য্যাস্ত ঘ:৫/৫৭/৩৬

ৰাশি - মিথুন ৰাশি।
তিথি - শুক্লা তৃতীয়া।ৰা:ঘ: ১১/৪৮/১০ লৈ।
নক্ষত্ৰ  -মৃগশিৰা,প্ৰা:ঘ:৫/৪৭/৩৫ লৈ।
আদ্যঋতু হলে - পতিহিতা যোগ।
যাত্ৰা - অগ্নি কোনত নাই।  ৰা: ঘ: ১১/৪৮/১০ যোৱাত নৈঋত নাই ।
যোগিনী -  অগ্নি কোনত ।  ৰা: ঘ: ১১/৪৮/১০ যোৱাত নৈঋত ।
মৰণত দোষ - নাই।
ভক্ষাভক্ষ্য - পতল, মুলা।খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, মনৰ আশা পুৰণ হব, লগত শত্ৰু জয় হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, লগতে  মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও মানসিক ক্লেশ বাঢ়িব, লগতে সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনটো সামাজিক হব, সন্মান বাঢ়িব, লগতে  মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্ম ব্যস্ততা বাঢ়িব, যদিও মনত সামান্য চিন্তা বাঢ়িব, লগতে সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, লগতে আমোদ প্ৰমোদ বৃদ্ধিৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ শিল্পী সকলৰ সুনাম বাঢ়িব, কৰ্মত শুভ, যদিও সামান্য চিন্তা বৃদ্ধিৰ  যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সন্মান বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুযোগ লাভ কৰিব, যদিও বুদ্ধি ভ্ৰষ্ট হহ, লগতে মানসিক ক্লেশ বৃদ্ধি যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হব, প্ৰেম আৰু কৰ্মত শুভ, লগতে বিবাদ।নিস্পত্তি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত বিদ্যাৰ্থী।সকলৰ শুভ, মনত আনন্দ বাঢ়িব, যদিও কৰ্মত সামান্য বিৰোধ হোৱাৰ  যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামাজিক হব, লগতে অৰ্থ আগমন বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)