দৈনিক ৰাশি ফল

©Admin
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
২১বহাগ, সোমবাৰ,ইং ৪ মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫২/৭সূৰ্য্যাস্ত ঘ:৫/৪৭/১৯

ৰাশি -  কন্যা ৰাশি।
তিথি - শুক্লা দ্বাদশী।ৰা:ঘ:১/৪৪/৪৮লৈ।
নক্ষত্ৰ  - উত্তৰফাল্গচনী ,ঘ: ২/৩২/৩৩ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা - নৈঋত কোনত নাই । ,ৰা:ঘ:১১/৪৮/৪৮ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী -  নৈঋত কোনত ,ৰা:ঘ:১১/৪৮/৪৮ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ - ত্ৰিপদ । আ:ঘ: ২/৩৩/৩৩ যোৱাত এপদ, ৰা:ঘ: ১১/৪৪/৪৮ যোৱাত নাই।
ভক্ষাভক্ষ্য -  বেঙেনা, পূৰৈশাক খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামাজিক হব, মনৰ আশা পুৰণ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ  যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত বস্ত্ৰ লাভ হব , কৰ্ম স্থান পৰিবৰ্তন হব পাৰে লগতে  মনত সামান্য অশান্তি বৃদ্ধিৰ  যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, সন্মান বাঢ়িব, লগতে ৰোগাৰোগ্য হোৱাৰ যোগ  দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, সঞ্চয় বাঢ়িব, যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম খাদ্য লাভ হব, মনত সামান্য চিন্তা বাঢ়িব পাৰে যদিও প্ৰাপ্তিৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ হব, আনৰ পৰা মৰম লাভ কৰিব, যদিও সজাগ নহলে ক্ষতি  হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনত শুভ, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে মনত সামান্য চিন্তা  বৃদ্ধিৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিবৰ্তন হব, সজাগ নহলে সিদ্ধান্ত গ্ৰহণত সামান্য খেতি মেলি হব পাৰে যদিও প্ৰাপ্তিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত ভয় আৰু উদ্বেগ বাঢ়িব পাৰে লগতে সজাগ নহলে বন্ধুৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত সম্পদ বৃদ্ধি হব, যদিও সামান্য খৰছ বাঢ়িব পাৰে, যদিও দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, আত্মীয়ৰ আগমন হব, লগতে প্ৰাপ্তিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)