মানৱ তুমি মহান

Rinku Rajowar
0
মানৱ তুমি মহান 
তুমি জীৱনশৈলীৰ ৰূপান্তকাৰী।
তোমাৰ বাবেই সমাজৰ
অস্তিত্ব জীয়াই আছে ।
তুমিয়েই বিশ্বজগতৰ প্ৰাণীসমূহৰ
একমাত্ৰ এক চিন্তাশীল প্ৰাণী।
চিন্তাৰ প্ৰতিফলন ঘটোৱা
মানৱ জাতিৰ ৰ্পুবপুৰুষ তুমি।
তোমাৰ কায়িক দেহৰ ।
অৱসান ঘটিলেও
তোমাৰ আত্মা অমৰ,
মানৱ তুমি মহান ।

📝 মাৰলিন মুণ্ডা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)