নজনা গভীৰ সাগৰ

©Admin
1
   সাগৰৰ গভীৰতা কিমান
    সৈতো সাগৰে নাজানে,
    সাগৰ বৰ নিষ্ঠুৰ
   কিয়নো কিমান যে ঘৰ-দুৱাৰ ভাঙিলে ,
 
    সোণালী পথাৰ সেউজীয়া ভূমি নষ্ট কৰি থৈ 
    ক'তনো লুকাই আছা,
  আকৌ দুখীয়াক ক্ষতি কৰিব নাহিবি দুখ দিবলৈ   দুখীয়াৰ আবেগ অনুভূতি তই বুজি নোপোৱা  সাগৰ,

   নজনা গভীৰ সাগৰত কিমান যে শস্য নষ্ট হ'ল
   সাগৰৰ জোৱাৰ ভাটাত ,
  যেন সাগৰক বৰ নিষ্টুৰ কৰি তুলিলে,
 সাগৰ তুমি নিৰহক ক্ষতি কৰা কিয় 
সহ্য কৰিব নোৱাৰে ,
 
 তুমি যিমান শস্য নষ্ট কৰিবা সাগৰ
সিমানে সাগৰ তোমাৰ দিশ সলনি হ'ব । 

                   
📝ৰফিকুল ইছলাম!

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment