আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১৭ জেঠ , ৰবিবাৰ,ইং ৩১ মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪১/১৭ সূৰ্য্যাস্ত ঘ:৫/৫৯/৩৩ 

ৰাশি -  সিংহ ৰাশি। প্ৰা:ঘ: ৫/৫৮/৪০ যোৱাত কন্যা ৰাশি।
তিথি - শুক্লা নৱমী।ৰা:ঘ: ২/২৭/৩৭ লৈ।
নক্ষত্ৰ  - উত্তৰফাল্গূনী ,ৰা:ঘ: ১১/৪৬/৫৫ লৈ।
আদ্যঋতু হলে -  কান্তা  যোগ।
যাত্ৰা - পূৱ দিশত নাই। ঘ: ২/২৭/৩৭ যোৱাত উত্তৰ দিশত নাই ।
যোগিনী - পূৱ দিশত । ঘ: ২/২৭/৩৭ যোৱাত উত্তৰ দিশত ।
মৰণত দোষ - ত্ৰিপদ । ৰা: ঘ ১১/৪৬ /৫৫ যোৱাত  এপদ ।
ভক্ষাভক্ষ্য -  লাও খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত উন্নত চিন্তা সঞ্চাৰ হব, মনৰ আশা পুনৰ হব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ  যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহস বাঢ়িব, মনত শান্তি বাঢ়ি বাঢ়িব, যদিও সজাগ নহলে কৰ্মত ব্যৰ্থ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মৰম লাভ হব, যদিও সজাগ নহলে পাপ্য হানি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্মত পৰিবৰ্তন হব, মনত আনৰ পতি সহাৰি বাঢ়িব, লাগতে বন্ধু লাভ হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ  হৱ, সুখ বৃদ্ধি হব, লগতে ভ্ৰমনৰ সুযোগ লাভৰ  যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ বাঢ়িব, মনত কল্পনা শক্তি বাঢ়িব, লগতে কৰ্মত নতুন যোগাযোগ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সম্পদ বৃদ্ধি হব, লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত খেতিয়ক সকলৰ শুভ, মনৰ ব্যাকুলতা বাঢ়িব যদিও সজাগ নহলে আশা ভংগ  হোৱাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঋণ আদায় হব, ধন লাভ হব, লগতে কৰ্মত সফল  হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ,সমস্যা সমাধান হব, লগতে দ্ৰব্য লাভৰ  হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমন শুভ যদিও সামান্য জতিলতা বাঢ়িব, লগতে মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, শুভ সংবাদ লাভ হব, লগতে আজি বিবাদ পৰা আতৰি থাকিব। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)