আজিৰ দিনটোৰ বিশেষত্ব ৩১ মে'

Rinku Rajowar
0
■আজি বিশ্ব ধঁপাত বিৰোধী দিৱস।

■১৮৯৩ চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম সন্মিলনত যোগদানৰ অৰ্থে স্বামী বিবেকানন্দৰ আমেৰিকা যাত্ৰা।

■১৯৫৫ ভাৰতত অস্পৃশ্যতা আইন জাৰি।

■১৯৭২ অসমীয়া সংবাদ পত্ৰ 'দৈনিক জন্মভূমি'ৰ প্ৰথম প্ৰকাশ।

■১৯৭৭ ভাৰতীয় সেনাৰ মেজৰ প্ৰেমচান্দ আৰু নায়ক নিমা দৰ্জী শ্বেৰ্পাৰ কাঞ্চনজংঘা শৃংগত আৰোহণ। ভাৰতীয় সেনাৰ এয়াই আছিল প্ৰথম কাঞ্চনজংঘা বিজয়।

■১৯৮১ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা ৰোহিণী -১ সহ এছ এল ভি থ্ৰীৰ (SLV-3) প্ৰথম পূৰ্ণাংগ উৎক্ষেপণ।

■১৯৮৫ অসমৰ গুৱাহাটী দূৰদৰ্শন যোগে প্ৰথমবাৰৰ বাবে অসমীয়া কুইজ সম্প্ৰচাৰিত।

■১৯৯০ পাৰমাণৱিক অস্ৰ্ৰ সীমিতকৰণ চুক্তিৰ উদ্দেশ্যে ৱাশ্বিংটনত মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ বুশ আৰু ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছেভৰ মাজত শীৰ্ষ বৈঠক আৰম্ভ।

■২০০৬ গায়ক কেশৱ মহন্তৰ মৃত্যু।

■২০০৯ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত জিলা পৰিষদ ভংগ। মুখ্য কাৰ্যবাহী মোহিত হোজাইক গ্ৰেপ্তাৰ।

■২০১০ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ছিবু ছোৰেণৰ পদত্যাগ।

■২০১৩ অভিনেতা আবিৰ গোস্বামীৰ মৃত্যু।

■২০১৪ বিখ্যাত কবি ব্ৰজনাথ ৰাথাৰ মৃত্যু।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)