মৰিচিকা

Rinku Rajowar
0

দূৰৰ পৰা দেখাপোৱা সাগৰখন 
নীলা আৱৰণে ঢকা 
কিন্ত তাৰ জানো গভীৰতা জানো দেখা যায়
সাগৰ সদৃশ্য শ্ৰমিকৰ জীবন  কিমান যে নিৰ্মল 
কোনে ৱা বুজিব বাৰু উতলা ভাববোৰ
জীৱনৰ বাটৰ সময় বৰ কম
কেনেদৰে কাক বিলাব অজস্ৰ সুখ-দুখবোৰ
আশা আছে বহুত এই জীৱনত 
পাৰিব জানো পূৰণ কৰিব 
সময় যে বৰ কম
কোনে জানে শ্ৰমিকৰ এই জীৱন 
কিমান দিন জীয়াই থাকিব
সকলোবোৰ এদিন মাথোন 
অতীত হৈ যাব।

📝শ্ৰী জয়ন্ত কুৰ্মি (সাপেখাতী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)