আপোন তুমি ,
হিযাৰ ভাষাত
মৰম তুমি ।
মিঠা আবেলিৰ
সুৱাস তুমি ,
মোৰ দেহৰ
উশাহ তুমি ।
জোন বেলি তৰাৰ
জিলিকণি ,
মোৰ দুচকুৰ
মাণিক তুমি ।
তোমাৰ মৰমে মোৰ
পৰিচয আজি ,
তুমি বিহিন জীৱন
আনধাৰ ৰাতি ।
📝 ৰিম্কী চুতীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ