জয়মতীত অভিনয় কৰি আইদেউ পুনৰ পানীদিহিঙীয়াৰ ঘৰলৈ আহিল ৷ আইদেউ সমাজৰ পৰা বহিষ্কাৰ হ'ল , এঘৰীয়া হ'ল ৷
সময় বাগৰিল আইদেউৰ ত্যাগ , জ্যোতিপ্ৰসাদৰ আত্মাবলিদানক সমাজে পলমকৈ হ'লেও গম পালে ৷
জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি " জয়মতী ক সন্মান জনাই আইদেউলৈ পুনৰ দল সংগঠন,ৰাইজে সন্মান সহকাৰে আদৰি ল'লেে ৷
আগলৈ
📝মহেন শইকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ