লক্ষ্যহীন জীৱন

©Admin
0

লক্ষ্যহীন জীৱন
কাণ্ডবিহীন নাও
সংসাৰ সিন্ধুত
কান্দাবিহীন নাও
কোন বিপদ উৰ্ম্মৰ
বুকুত পাৰ...!
চাক নৈয়াৰ পাৰত
ঘূৰি ঘূৰি
কোন মুহূৰ্তত সিন্ধুৰ বুকুত
বিলীন হৈ যায়,
কোৱাটো বৰ কষ্টকৰ।
লক্ষ্যহীন জীৱন।।

📝নাৰায়ণ বৰা
লংকা কাকী ৩
জিলা: হোজাই (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)