সজাগতা নহয় অভিশাপ

©Admin
0

দেশৰ তলাবন্ধত আবদ্ধ হৈ থাকিও হাজাৰ জনৰ মৃত্যু বভিশিকা দেখিও জনাশুনা মনুহৰো মানসিকতা একেবাৰে তলৰ হৈ থকাটো চিন্তাৰ বিষয়    । প্ৰশাসনে ইমানবোৰ টকা খৰছ কৰিছে, দিন ৰাতি একাকাৰ কৰি বেমাৰৰ পৰা নিৰাময় পাবলে চিন্তা চৰ্চা কৰিছে আৰু বহুটো কস্ত কৰিছে দেশৰ অক্লান্ত কৰ্মী সকলে । সামাজিক দূৰত্ব মাক্স পিন্ধা এইবোৰ ব্যৱহাৰ নিয়ম মাফিক মাথোঁ, বাধ্যতামূলক নহল ।  
       কিছুমান মানুহৰ চিন্তাৰ দুটামান উদাহৰন হ'ল । মই সজাগতা আৰু সচেনতাত থকাৰ কাৰনে লগৰ কৰ্মীসকলে মোক হাঁহে আৰু থাট্ৰা কৰে । গাঁৱৰ বাহিৰৰ পৰা অহা কিছুমান ল'ৰা ছোৱালী কোৰান্টাইন চেন্টাৰত আছে কিন্তু কিছুমান হোম কোৰান্টাইনত আছে  সেইসকলৰ ঘৰৰ মানুহে কিছুমান নিয়ম মানি নচলাৰ কাৰণে মানুহবোৰ ইঘৰ সিঘৰ ঘুৰি ফুৰাৰৰ কাৰণে আমাৰ ঘৰৰ আগফালে গেটত তলা লগাই থৈ দি সামাজিক দুৰত্ব থকা কাৰণে গাঁৱৰ মানুহে বেয়া পাইছে খং কৰিছে সমালোচনা কৰিছে । হোম কোৰান্টাইনত থকা তাৰে এজনি ছোৱালী ছোৱালী পজিটিভ ওলাইছে । এই বেমাৰ আহি গাঁৱ পালেহি কিন্তু মানুহ সজাগ নহল কিন্তু কিছুমান মানুহৰ বাবেহে কিছু শিথিল হৈ আছে । কি হব সময়ে কব কিন্তু সকলোবোৰ মানি চলক নহলে নিশেষ হব ।
নিজে সজাগ থাকক, থাট্ৰা নকৰিব, সজাগতাহে অভিশাপ নহয় ।

  📝উৎপল দাস                               

কুৰৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)