দৈনিক ৰাশিফল

©Admin
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২৭জেঠ , বুধবাৰ,ইং ১০ জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪০/৫২সূৰ্য্যাস্ত ঘ:৬/৩/১

ৰাশি -   মকৰ ৰাশি ।
তিথি - কৃষ্ণা পঞ্চমী। ৰা: ঘ: ৯/৩৬/৪১ লৈ।
নক্ষত্ৰ  - শ্ৰৱনা ,স:ঘ: ৬/১৭/৩ লৈ।
আদ্যঋতু হলে -  সুভগা যোগ।
যাত্ৰা - দক্ষিণ দিশত নাই ।ৰা: ঘ: ৯/৩৬ /৪০ যোৱাত পশ্চিম দিশত নাই ।
যোগিনী - দক্ষিণ দিশত ।ৰা: ঘ: ৯/৩৬ /৪০ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ - নাই।
ভক্ষাভক্ষ্য -  বেল,  ৰাতি তিতা খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সম্পদ লাভ হব, কৰ্মত গুৰুত্ব বাঢ়িব,  যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ হোৱাৰ যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত উদ্বেগ বাঢ়িব, লগতে কৰ্মত সামান্য আৱহেলা বৃদ্ধি  হোৱাৰ যোগ দেখা যায় লগতে স্বাস্থ্যৰ পতি যতন বাঢ়িব।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ, মনত শান্তি বাঢ়িব, যদিও মনত সামান্য চঞ্চলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত  খৰছ বাঢ়িব, মনত সামান্য ভয় বাঢ়িব, লগতে সজাগ নহলে শত্ৰু বৃদ্ধিৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, ধন মান লাভ হব, লগতে কৰ্মত সফল  হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উকীল সকলৰ সুনাম বাঢ়িব, মৰ্য্যদা বাঢ়িব, লগতে যশস্যা বৃদ্ধিৰ যোগ দেখা যায।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত গৃহ সুখ বাঢ়িব, দ্বাযিত্ব বাঢ়িব , যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঋণ আদায় হব যদিও বন্ধু বিৰোধ হব পাৰে লগতে সজাগ নহলে ধন মান হানি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্মত সফল হব, লগতে সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত চিন্তাধাৰা উন্নত হব, লগতে কৰ্মত যোগাযোগ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত মনত শান্তি বাঢ়িব, প্ৰেমত শুভ, যদিও কৰ্মত সজাগ নহলে সামান্য মিচা আপৱাদ পোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, ধন মান লাভ হয়, লগতে কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)