কোবাল সোঁতেৰে বৈ যোৱা
তুমি দিনক দিনে হোৱা মহানদী
মহানদীৰ ৰূপ লৈ তুমি
কৰা উপনদীৰ সৃষ্টি।
উপনদীৰ বাঢ়নী পানীয়ে
ধ্বংস কৰে ঘৰ -বাৰী
মানুহৰ মাজত কৰে
হাহাকাৰৰ সৃষ্টি।
হে নদী তুমি হোৱা নদী
আমাৰ শান্তি
বানৰ খঙাল ৰূপ দেখুৱাই
নকৰিবা অশান্তি।
📝তন্ময় শ্যামল কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ