দৈনিক ৰাশিফল

©Admin
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ৩০ জেঠ , শনিবাৰ,ইং ১৩জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪০/৪৮সূৰ্য্যাস্ত ঘ:৬/৪/৪২

ৰাশি -  কুম্ভ ৰাশি ।স:ঘ: ৬/১৫/৫০ যোৱাত মীন ৰাশি।
তিথি - কৃষ্ণা আষ্টমী। ৰা: ঘ: ১/২৩/০০লৈ।
নক্ষত্ৰ  - পূৰ্বভাদ্ৰপদ ,ৰা:ঘ: ১২/৫৩/১৪ লৈ।
আদ্যঋতু হলে -  দুৰ্ভগা যোগ।
যাত্ৰা - ঈশান কোনত নাই ।ৰা: ঘ: ১/২৩ /০ যোৱাত পূৱ দিশত নাই ।
যোগিনী -  ঈশান কোনত  ।ৰা: ঘ: ১/২৩ /০ যোৱাত পূৱ দিশত  ।
মৰণত দোষ - ত্ৰিপদ।ৰা:ঘ:১২/৫৩/১৪ যোৱাত এপদ।
ভক্ষাভক্ষ্য - নাৰিকল, মাছ মাংস খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সম্পদ লাভ হব, ব্যৱসায়ত শুভ, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  শুভ সংবাদ লাভ কৰিব, যদিও কৰ্মত সামান্য অৱহেলা হব পাৰে  লগতে সজাগ নহলে সন্মান হানি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব,  আনৰ সহায় লাভ কৰিব,যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, লগতে খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মৰম লাভ কৰিব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত যশস্যা লাভ হব, কৰ্ম স্থান পৰিবৰ্তন হব পাই, লগতে ভ্ৰমনৰ  যোগ দেখা যায।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত আয় বাঢ়িব, দ্বায়িত্ব বাঢ়িব, যদিও  কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱা দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা কৰ্মত সফল হব, মনত আনন্দ বাঢ়িব, যদিও কৰ্মত সামান্য বন্ধুৰ বিৰোধ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উকীল সকলৰ সুনাম বাঢ়িব, সঞ্চয় বৃদ্ধি হব, যদিও কৰ্মত সামান্য বিৰোধ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যোগাযোগ হব, নতুন বস্তু লাভ হব, যদিও মনত সামান্য অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত আগ্ৰহ বাঢ়িব, ৰাজহুৱা কামত ব্যস্ত হব, লগতে প্ৰেমত শুভ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)