কৰ'না ভাইৰাছ সংকটৰ সময়ত উদ্ধতিয়ে মনত আশাৰ সঞ্চাৰ কৰিব পাৰে

©Admin
0

এতিয়া বিশ্বজুৰি কৰ'না ভাইৰাছৰ আতংকৰ সীমা চেৰাই গৈছে ৷ বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰ'নাৰ উলংগ মৃত্যু তাণ্ডৱ চলি আছে গোটেই দেশৰ  জৰাজীৰ্ণ 

অৱস্থা ৷ বৰ্তমান আৰু বেছি ভয়াবহ সময় যিহেতু অসমৰ বাগিছাসমূহতো কৰ'নাৰ আতংকৰ আৰম্ভণি হৈছে ৷ অসমত দহ হাজাৰ সৰু বৰ চাহবাগিচা আছে  গতিকে চিন্তাৰ বিষয় হ'ল যে প্ৰতিটো চাহবাগিচাত মানুহৰ ঘনত্ব অতি বেছি ৷ চাহবাগিচাৰ বাসস্থানবোৰ লগালগিকৈ শাৰী শাৰীকৈ সজোৱা আছে আৰু তাতে চাহবাগিচাৰ মানুহখিনি বাস কৰে দুৰত্ব বজাই ৰখাটো সম্ভৱ নহয় ৷ কাৰণ পৰিৱেশটোৱে তেনেকুৱা ইয়াত বাগিছাৰ বিভাগীয় পক্ষৰ দুখ ৷ গৰু ছাগলী  থকা ধৰণৰ ঘৰবোৰ সজাই দিছে ৷ যিয়ে নহওক কিয় এতিয়া সময় হৈছে সজাগ আৰু সচেতন হোৱাৰ ৷

এই কৰ'না ভাইৰাছৰ সময়ত উদ্ধতিৰ মহত্ত্ব আছে ৷ লগতে প্ৰেৰণাৰ অতি জৰুৰী কাৰণ প্ৰেৰণাই আশা জগাই  মানুহৰ মনত ৷

 কৰ'না ভাইৰাছ মহামাৰীয়ে জন সামান্য জীৱনক ৰখাই দিছে  আৰুগোটেই  বিশ্বই যুঁজি আছে ৷

এই সংকট নিবাৰণৰ বাবে দেশ বিদেশৰ ডাক্তৰ সকলে পৰীক্ষা নিৰীক্ষণ আৰু  অনুসন্ধান চলাই আছে কিন্তু এতিয়ালৈকে 


কৰ'না ভাইৰাছৰ প্ৰতিক্ষেধক আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

আশা কৰোঁ কিছুমান প্ৰেৰণামূলক বিষয়ে আপোনাৰ মনটো সতেজ কৰি ৰাখে ৷ আৰু হয়তো মানুহৰ ভক্তি শক্তিয়ে জীৱনত আশাৰ বন্তি প্ৰজ্বলিত কৰিব পাৰে গতিকে নিজৰ নিজৰ ইষ্টক স্মৰণ কৰক আৰু নিয়মীয়া যোগাসন কৰক ৷ 

বৰ্তমান যিসকলে ঘৰত সোমাই থাকিব ভৱিষ্যতৰ সেইসকলে ৰজা হব গতিকে নিজে ঘৰতে সোমাই থকাৰ লগতে নিজৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ ওপৰত দৃষ্টি ৰাখিব যাতে ঘৰৰ পৰা বাহিৰত ওলাই নাযায় ৷ পৰাপক্ষত পৰিয়ালৰ সৈতে হাঁহি ধেমালি কৰক , বিভিন্ন ধৰণৰ মনোৰঞ্জনদায়ক আৰু প্ৰেৰণামূলক চিনেমা, ভিডিঅ আদি চাব পাৰে ৷

কাৰণ মই মোৰ প্ৰতিটো পৰিণামৰ কথা নাভাৱোঁ , প্ৰতিটো মুহূৰ্ত উদযাপন কৰোঁ ৷

গতিকে মোৰ এই বিচাৰ আপুনি নিশ্চয় মনত ৰাখিব  আৰু নিজৰ সন্তানকো পঢ়ি শুনাব ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)