দিব্যাংগ

©Admin
0
নৱ যুগৰ নৱ চিন্তা
মন আমাৰ আশাভৰা
দিলোঁঁ তোমাক এই ভৰষা
গঢ়িম সুন্দৰ বসুন্ধৰা
সুখৰ ৰঙেৰে ভৰা ৷৷

শুনা আমাৰে কথা
নহয় আমি দেশৰ বোজা
দিয়া তুমি সুবিধা
দেখোৱাম আমাৰ প্ৰতিভা ৷৷


📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)