Home প্ৰতিভা কুৰ্ম্মী ভাদ মাহৰ বতাহজাক ভাদ মাহৰ বতাহজাক personRinku Rajowar August 23, 2020 0 share ভাদ মাহৰ বতাহজাকে জুৰাই পেলাইছে মন,সুদূৰ সেউজীয়া পথাৰতভূঁই লানিকৈ ঘন ৷শৰৎ কালৰ শেৱালি ফুলবোৰে হালি-জালি আছে,নিয়ৰৰ টোপালবোৰ দূবৰিবনতমুকুতা যেন লাগিছে ৷ 🖋️ শ্ৰীমতী প্ৰতিভা কুৰ্ম্মী অষ্টম শ্ৰেণী Tags কবিতাপ্ৰতিভা কুৰ্ম্মী Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ